ক্ষমতালৈ অহাৰ পিছত উত্তৰ প্ৰদেশত ২০০০ মছজিদ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই অখিলেশ যাদৱে!
শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ উদ্ধৃতি দেখুওৱা এখন পোষ্টাৰ অসমত সামাজিক মাধ্যমৰ যোগেদি ব্যাপকভাৱে প্ৰচাৰিত হৈছে। পোষ্টাৰখনত দাবী কৰা হৈছে যে অখিলেশ যাদৱে নিৰ্বাচনত জয়ী হ’লে ২০০০ মছজিদ নিৰ্মাণ, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ হ্ৰাস কৰা আৰু মুছলমানসকলক ৩০ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পোষ্টাৰখনে আৰু দাবী কৰিছে যে লাভ জিহাদৰ আইন […]
Continue Reading