এই ভিডিঅ’টোত থকা শিশুটি বাংলাদেশৰ নহয়।

বাংলাদেশৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰেপৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ হোৱা বুলি বিভিন্ন পোষ্ট ভাইৰেল হৈছে। এনে সময়তে ধূলি-বালি আৰু ছাইৰে লুতুৰি-পুতুৰি এটি শিশু ফুটপাথত বহি থকাৰ এক দৃশ্য আমি ফেচবুকত পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “Bangladesh 😭 ভাৰতবৰ্ষ বিশ্বগুৰু ❓❓❓ বিশ্বৰ শক্তিশালী নেতা […]

Continue Reading

চিৰিয়াৰ ২০২০ চনৰ ভিডিঅ’কে এতিয়াৰ ইজৰাইল-পেলেষ্টাইনৰ বুলি ভাইৰেল কৰা হৈছে।      

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটি কণমানি কন্যা শিশুৱে নিজ পিতৃৰ কাষত উমলি থকা দেখা গৈছে। লগতে দেখা গৈছে যে বোমাৰ শব্দ শুনাৰ লগে লগেই কন্যা শিশুটিয়ে জোৰ জোৰ কৈ হাঁহিছে। ভিডিঅ’টো প্ৰেৰণ কৰি বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পেলেষ্টাইনৰ এগৰাকী পিতৃয়ে এইদৰে নিজৰ কণমানি কন্যাটোক ভয়ৰ সৈতে সহবাস কৰিব পৰাকৈ […]

Continue Reading

ইজৰাইলী সৈন্যই এইদৰে আঁঠুৰে হেচি ধৰি পেলেষ্টাইনৰ শিশুক হত্যা কৰিছে নেকি? জানক সত্যটো।    

কিছুদিন পূৰ্বে হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত অনুপ্ৰৱেশ কৰি নাগৰিক আৰু সেনা জোৱানক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপক ৰকেটেৰে প্ৰতিহত কৰি অঞ্চলটোৰ বহু আন্তঃগাঁথনি ধ্বংস কৰি পেলায়। এই পটভূমিতে এজন সৈনিকে এজন মানুহৰ ডিঙিত আঁঠু বেঁকা কৰি হেচি ধৰাৰ বাবে ভুক্তভোগীৰ নাকৰ পৰা তেজ ওলোৱা দেখা পোৱা এখন ফটো এখন ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰা ধৰণে FASTag একাউণ্টৰ পৰা ধন হৰলুকি কৰাটো সম্ভৱ নহয়

শেহতীয়াকৈ এজন লোকে “দেশত নতুনকৈ এক ধৰণৰ ‘FASTag স্কেম’ হব ধৰিছে” বুলি কৰা দাবীৰ সহিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে । প্ৰথমতে ভিডিঅ’টোত দেখা গৈছে যে এজন শিশুৱে গাড়ীৰ উইণ্ডস্ক্ৰীণ পৰিষ্কাৰ কৰি আছে আৰু তাৰ পাছত শিশুটোৱে হাতত পিন্ধি থকা দামী ঘড়ীটোৰ বিষয়ে গাড়ীত বহি থকা ব্যক্তি দুজনে প্ৰশ্ন কৰাত শিশুটোৱে তাৰ পৰা […]

Continue Reading