বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত সঁচাকৈয়ে কৰা হৈছিল নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত কৰা হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ আৰু ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি […]

Continue Reading

২০১৫ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্যকে শেহতীয়া ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ বাৰুকৈয়ে চৰ্চিত হৈছে। যোৱা ৮ এপ্ৰিলত এই বছৰটোৰ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। সেই দৃশ্য দক্ষিণ আমেৰিকা, মেক্সিকো, কানাডা আদিৰ পৰা খালি চকুৰেও দেখা পোৱা গৈছিল। তাৰ পাছতেই অসমৰ ফেচবুকতো সূৰ্যগ্ৰহণৰ দৃশ্য বুলি কিছুমান দৃশ্য প্ৰচাৰ হোৱা দেখা গৈছে। তাৰে ভিতৰত এটা দৃশ্য অসমৰ এটা […]

Continue Reading

নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট “Northeast View” নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা […]

Continue Reading

এই ভিডিঅ’টো নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে ইউটিউবত এটা ভিডিঅ’ আপলোড হোৱা‌ও দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে এখন […]

Continue Reading

এই ফটোখন নেপালৰ পোখৰাত অলপতে দুৰ্ঘটনাত পতিত বিমানখনৰ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনে এটা পোষ্ট হোৱাটচ‌এপযোগেও শ্বেয়াৰ হোৱা দেখা গৈছে। পোষ্টটোত দেখা গৈছে এখন দুৰ্ঘটনাত […]

Continue Reading

ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে।  ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত […]

Continue Reading