ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি? 

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান Flipkartএ তেওঁলোকৰ বিগ বিলিয়ন ডে উপলক্ষে প্ৰাইজ অৰ্থাত বিনামূলীয়া পুৰস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।  Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading

FACT CHECK: ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ বুলি ভাইৰেল হোৱা মেছেজটো ভূৱা

“ফ্লিপকাৰ্ট ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ’ নামৰ এটা লিংক ছোচিয়েল মিডিয়াত এই দাবীৰে ভাইৰেল কৰা হৈছে যে সেই লিংকত ক্লিক কৰি  কোনো লোকে এক অনলাইন চাৰ্ভেইত অংশ লৈ  “এমআই এলেভেন লাইট স্মাৰ্টফোন” জয় কৰিব পাৰিব। অসমত এই লিংকটো হোৱাটছএপযোগে ভাইৰেল হৈ পৰিছে। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য […]

Continue Reading