দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথৰ ফটো গুজৰাটৰ ৰাজপথৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেই ফটোখন গুজৰাটৰ ৰাজপথৰ। ফটোখন আপলোড কৰি লিখিছে- গুজৰাটৰ #SpaceTechnology ৰ নিৰ্মিত পথ । Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি সেই […]

Continue Reading

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]

Continue Reading

ৰাজপথৰ মাজত প্ৰকাণ্ড গাঁত থকা এই ফটোখন গুজৰাটৰ নহয়।

বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ পৰিপ্ৰেক্ষিতত বাট-পথৰ শোচনীয় অৱস্থাৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তেনে এখন ভাইৰেল ফটোত গাঁতেৰে ভৰা পথত দেখা গৈছে একাংশ শিশু-মহিলাক। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এটা জৰাজীৰ্ণ পথৰ এই ভাইৰেল ছবিখন গুজৰাটৰ। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। […]

Continue Reading

ইকুৱেডৰৰ পুৰণি ভিডিঅ’ গুজৰাটৰ জলপ্ৰপাতৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ লোনাৱালাৰ এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত ৫ জন লোক পানীত উটি গৈছিল আৰু পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত আন এটা একেধৰণৰ ভিডিঅ’ ভাইৰেল হৈছে য’ত এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত কেইগৰাকীমান লোক পানীত উটি যায়। দাবী কৰা হৈছে যে এই ভিডিঅ’টো গুজৰাটৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading

আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল […]

Continue Reading

বৃহৎ আকাৰৰ চিলাৰ সৈতে ৩ বছৰীয়া শিশু এটা উৰি যোৱা ভিডিঅ’টো গুজৰাটৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন বৃহৎ আকাৰৰ চিলাৰ সৈতে এটি ৩ বছৰীয়া শিশু উৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘটনাটো সংঘটিত হৈছে গুজৰাটত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading

Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading