FACT CHECK: লোকসভাৰ অধ্যক্ষৰ কন্যাই প্ৰকৃততেই ‘ইউপিএছচি’ত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণও হৈছিল

ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলী বিৰলাই ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল কিন্তু তেওঁৰ নাম তাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। পোষ্টবোৰে ইয়াকে ক’ব বিচাৰিছে অঞ্জলী বিৰলাই নিজৰ প্ৰতিভা আৰু মেধাৰ সলনি লোকসভাত অধ্যক্ষৰ কন্যা হোৱাৰ সুবাদতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে। ২০২১ চনৰ ৬ জানুৱাৰীত ইউপিএছচি’য়ে ৮৯ গৰাকী প্ৰাৰ্থীৰ […]

Continue Reading