‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।  এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” […]

Continue Reading

FACT CHECK: ‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।

সঘনাই সলনি হৈ থকা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ছ’চিয়েল মিডিয়াত কোম্পানীসমুহৰ ব্যক্তিগতকৰণৰ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছে। তাৰে সৰহসংখ্যকেই বিভ্ৰান্তিকৰ। তেনেকুৱা এটা উদাহৰণ হৈছে ইণ্ডিয়ান অইল – আদানী গেছ নামৰ এটা তেল ডিপোৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- Facebook […]

Continue Reading

FACT CHECK: ভাৰতীয় ৰেলৱেৰ নাম আদানীলৈ সলনি হ’ল বুলি দাবী কৰা ভুৱা পোষ্ট অসমত ভাইৰেল হৈ পৰিছে

এখন মালবাহী ৰেলৰ এটা ব’গিত আদানী বুলি লিখা এখন ফটো অসমত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ভাৰতীয় ৰেলৱেৰ মালবাহী ৰেলৰ নাম সলনি কৰি আদানী কৰা হৈছে। দাবী কৰা মতে ব্যক্তিগতকৰণৰ হেতু ভাৰতীয় ৰেলৱেৰ নাম সলনি কৰি আদানী বুলি মালবাহী ৰেলত লিখা হৈছে।  Original post- Facebook | Archived Link Original post- Facebook | Archived […]

Continue Reading