লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, “আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য’ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব । তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading