বাংলাদেশ ছাত্ৰলীগৰ দুই মুছলমান ধৰ্মৰ নেত্ৰীৰ ভিডিঅ’ হিন্দু মহিলাৰ ওপৰত অত্যাচাৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত হিন্দু মহিলাক অত্যাচাৰ কৰা বুলি দাবী কৰি কিছুমান ভিডিঅ’ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰা দেখা গৈছে। এটা ফেচবুক […]

Continue Reading

আতচবাজী ভৰ্তি আনাৰস খোৱাৰ ফলত গৰ্ভৱতী হাতীৰ মৃত্যু হোৱা ঘটনাটো মলপ্পুৰমৰ আছিলনে? মলপ্পুৰম কেৰালাৰ শেহতীয়া ভূমিস্খলনত বিধ্বস্ত হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

কেৰালাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই ঘটনাৰ পাছত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল পোষ্টটোত উল্লেখ কৰা হৈছে যে চাৰিবছৰ আগেয়ে এজনী গৰ্ভৱতী হাতীৰ মৃত্যু হৈছিল আচজবাজী ভৰ্তি আনাৰস খোৱা ফলত। সেই ঘটনাটো সংঘটিত হৈছিল কেৰালাৰ মলপ্পুৰমত আৰু […]

Continue Reading

বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা যুৱতীগৰাকী ভাৰতীয় মূলৰ হিন্দু যুৱতী আৰু তেওঁ বাংলাদেশলৈ […]

Continue Reading

বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত বাংলাদেশত মুছলমান মহিলাই হিন্দু মহিলাক অত্যাচাৰ কৰা দেখা গৈছে।  […]

Continue Reading

বাংলাদেশত ৰবীন্দ্ৰনাথৰ মুৰ্তি ধ্বংস কৰা বুলি দাবী কৰি পুৰণি ফটো আৰু ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। কিছুমান পোষ্টত দেখা গৈছে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমুৰ্তিৰ ভগ্ন মূৰ এটাৰ ফটো আপলোড কৰি  বাংলাদেশৰ শেহতীয়া অশান্তিত কোনো চক্ৰই […]

Continue Reading

জলমগ্ন পথত এখন তোছকৰ ওপৰত শুই আগবাঢ়ি গৈ থকা ব্যক্তিজনৰ এই ভিডিঅ’টো অসমৰ নহয়।

পানীৰে ভৰা এটি পথত এজন ব্যক্তিয়ে এখন তোছকৰ ওপৰত শুই শুই পানীত ওপঙি আগবাঢ়ি গৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এই ভিডিঅ’টো অসমৰ।  Facebook Link | Archived Link  কিন্তু এই ভিডিঅ’টো সঁচাকৈয়ে অসমৰ হয়নে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে […]

Continue Reading

২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে কেবল কাৰৰ সহায়ত অতি বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে। দাবী কৰা হৈছে যে সেয়া অসমৰ নগাঁও জিলাৰ কলং নদীৰ দৃশ্য। ছাত্ৰ-ছাত্ৰীয়ে এইদৰে কলং পাৰ হৈ বিদ্যালয়লৈ যায় বুলি প্ৰচাৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে […]

Continue Reading

২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে চাকৰিৰ সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ পাছত সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। দেওবাৰে সমগ্ৰ দেশতে সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে ছাত্ৰ কৰ্মীসকলে ৰাজধানী ঢাকালৈ পদযাত্ৰাৰ আহ্বান জনাইছিল। আনকি বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহতো লুটপাত কৰে। ছ’চিয়েল মিডিয়াত ঢাকাৰ বৰ্তমানৰ অনিশ্চিত পৰিস্থিতি দেখুওৱা বুলি কিছুমান ফটো […]

Continue Reading

বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। পোষ্টটোত সংলগ্ন ক’লাজখনৰ এখন ফটোত দেখা গৈছে জুইত জ্বলি থকা এটা ঘৰৰ কাষত একাংশ লোক থিয় হৈ আছে আৰু আনখন ফটোত বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ লিটন দাসক দেখা গৈছে। দাবী কৰা হৈছে যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ এইটো আৰু প্ৰতিবাদকাৰীয়ে তেওঁৰ […]

Continue Reading

ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত ৰাছেলছ্ ভাইপাৰ প্ৰজাতিৰ সাপক লৈ অনেক জল্পনা-কল্পনা বিয়পি কৰিছে। তাৰ মাজতে ভুল আৰু বিভ্ৰান্তিকৰ তথ্য কিছুমানো প্ৰচাৰ হৈ আছে। তেনে পৰিপ্ৰেক্ষিততে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইতিমধ্যেই সবিস্তাৰ তথ্য আৰু সত্য সামৰি এক বিশেষ বিশ্লেষণাত্মক লেখাও শেহতীয়াভাৱে প্ৰকাশ কৰিছিল যদিও এতিয়াও সামাজিক মাধ্যমত কিছুমান বাৰ্তা বিয়পি আছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। এটা […]

Continue Reading