এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণেশ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  শ শ মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আঘাত ইৰানৰ। ২৮ ইজৰাইলীৰ জীৱন শেষ। সমগ্ৰ ইজৰাইলত জাৰি হাইএলাৰ্ট। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

এই ভিডিঅ’টোত বেঞ্জামিন নেতান্যাহুৰ পৰিয়ালৰ লোকে তেওঁৰ ভাতৃৰ মৃত্যু হোৱা বুলি কৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ এগৰাকী যুৱতীয়ে কান্দি কান্দি মাইকত কথা কৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰিয়ালৰ লোক আৰু তেওঁ নেতান্যাহুৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টীকৰণ দি এইদৰে কন্দা-কটা কৰিছে।  https://archive.org/details/20260319-0349-07.6916194 Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading

এয়া ইৰাণৰ আকাশত নহয়, ইজৰাইলৰ তেল আভিভত চলা আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ আকাশত ইজৰাইল আৰু আমেৰিকাৰ দ্বাৰা ৭ মাৰ্চ ২০২৬ত কৰা যুটীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  ইৰাণৰ আকাশত মহাযুদ্ধ! আজি ৭ মাৰ্চৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত দিশহাৰা ইৰাণৰ বায়ুসেনা। আকাশতে ধ্বংস হ’ল ইৰাণৰ কেইবাখনো যুদ্ধবিমান। ইয়াৰ পাছত কি […]

Continue Reading

এয়া ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ এক দৃশ্য নহয়। এয়া গাজাৰহে দৃশ্য। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ মাজত শেহতীয়াভাৱে চলি থকা যুদ্ধৰ এক দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- কেতিয়া শেষ হ’ব এই ধ্বংসলীলা? যুদ্ধই কেৱল মৃত্যু আৰু দুখহে কঢ়িয়াই আনে। ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতত বলি হৈছে হাজাৰ হাজাৰ সাধাৰণ মানুহ। আমি শান্তি বিচাৰোঁ নে ক্ষমতাৰ নামত ধ্বংস? আপোনাৰ মতামত […]

Continue Reading

চুৰাটৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ হৰিশ ৰাণাৰ “ইচ্ছামৃত্যু”ৰ ঘটনাৰ সৈতে জড়িত কৰি ভাইৰেল।

বিগত ১৩ বছৰ ধৰি ক’মাত থকা গাজিয়াবাদৰ হৰিশ ৰাণাক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পেচিভ ইউথেনাচিয়াৰ (ইচ্ছামৃত্যু) অনুমতি প্ৰদান কৰিছে। ভাৰতত এইটোৱেই প্ৰথম পেছিভ ইউথেনাচিয়াৰ নিৰ্দেশ। আদালতৰ এই নিৰ্দেশৰ পিছতে এইমছ নতুন দিল্লীৰ চিকিৎসকে হৰিশ ৰাণাৰ পেচিভ ইউথেনাচিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন ৰোগীৰ চাৰিওফালে কৰি চিকিৎসা […]

Continue Reading

এয়া ইৰাণে শেহতীয়া যুদ্ধৰ সময়তেই পাৰমনৱিক পৰীক্ষা চলোৱা দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধৰ মাজতেই পাৰমানৱিক পৰীক্ষা চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- সৰ্বোচ নেতা আয়াতুল্লাহ আলি খোমাইনীয়ে ইছলামত মানৱ জাতি আৰু সমস্ত জীৱকুল ধ্বংস হব পৰা কাম কৰা হাৰাম ৰূপে ফটোৱা জাৰি কৰা কাৰণে প্ৰকৃততে পাৰমাণৱিক কাৰ্যক্ৰম জাৰি ৰাখিলেও পৰীক্ষা চলোৱা  নাছিল-আমেৰিকা-ইজৰাইলে অপপ্ৰচাৰ চলাইহে […]

Continue Reading

ইৰাণে নহয়, ইজৰাইলেহে ইৰাণক কৰা আক্ৰমণৰ দৃশ্য এয়া।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ৬ মাৰ্চ ২০২৬ত ইৰাণে ইজৰাইলৰ ওপৰত ঘাটক আক্ৰমণ কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ই ইৰাণৰ ঘাতক আক্ৰমণ! ইজৰাইলত হাহাকাৰ। আজি ৬ মাৰ্চৰ আটাইতকৈ ডাঙৰ খবৰ। ইৰাণে ইজৰাইলৰ বুকুত পুনৰ চলাইছে শ শ মিছাইলৰ আক্ৰমণ। ‘Operation True Promise 4’-ৰ জৰিয়তে ইৰাণে বিজয়ী হোৱাৰ লক্ষ্য […]

Continue Reading

ইৰাণে ইজৰাইলৰ তেল আভিভত কৰা আক্ৰমণৰ দৃশ্যক ইজৰাইলে ইৰাণৰ ওপৰত কৰা আক্ৰমণ বুলি ভুলকৈ প্ৰচাৰ।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ৰাজধানী তেহৰাণৰ ওপৰত মিছাইলেৰে চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ইইজৰাইলৰ প্ৰচণ্ড আক্ৰমণ! ইৰাণৰ বুকুত বোমা বৰ্ষণ। ইৰাণৰ উচতনিৰ পাছত এতিয়া ইজৰাইলে লৈছে ভয়ংকৰ প্ৰতিশোধ। ইজৰাইলী বায়ুসেনাই ইৰাণৰ গুৰুত্বপূৰ্ণ ঘাটিসমূহ মষিমূৰ কৰি দিছে। চাওক এই বিধ্বংসী ভিডিঅ’। Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

এয়া ইজৰাইলৰ তেল আভিভত ইৰাণে কৰা আক্ৰমণৰ দৃশ্য নহয়। জানক প্ৰকৃত সত্য।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধত ইজৰাইল আক্ৰমণ কৰি তেল আভিভ ধ্বংস কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ইৰাণৰ মিছাইল আক্ৰমনত চাৰখাৰ ইজৰাইলৰ তেল- আবিব.  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

পুৰণি দৃশ্যৰে ৮ মাৰ্চ ২০২৬ত ইজৰাইলে ইৰাণ আক্ৰমণ কৰা বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ৮ মাৰ্চ ২০২৫ত ইজৰাইলে আক্ৰমণ কৰি ইৰাণ ধ্বংস কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- LIVE UPDATE: ইৰাণত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ! আজি ৮ মাৰ্চৰ ব্ৰেকিং নিউজ। ইৰাণৰ সুৰক্ষা বেহু ফালি ইজৰাইলে চলাইছে এক গোপন অভিযান। ইৰাণৰ আটাইতকৈ শক্তিশালী মিছাইল ডিফেন্স চিষ্টেম এতিয়া ধ্বংসৰ […]

Continue Reading