এটা অট্টালিকাৰ পিছফালে দেখা পোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণিৰ ভিডিঅ’টো লিবিয়াৰ হয়নে?

শেহতীয়াকৈ লিবিয়াত হোৱা ডেনিয়েল নামৰ প্ৰচণ্ড সামুদ্ৰিক ধুমুহা আৰু বানপানীৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হৈছে। এনে সময়তে লিবিয়াৰ ধুমুহা, বানপানীৰ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত।  এনেধৰণৰ ভিডিঅ’ ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

এই সকলোবোৰ দৃশ্য মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ নহয়।

যোৱা ৮ চেপ্তেম্বৰত মৰক্কোত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হয়। এনে সময়তে চ’চিয়েল মেডিয়াত মৰক্কোৰ ভূমিকম্পৰ বুলি কিছুমান ফটো আৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে। DA News Plus নামৰ প’ৰ্টেল এটাই মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ফেচবুকত এটা ভিডিঅ’ আপলোড কৰিছিল। Facebook Link | Archived Link এই দৃশ্যসমূহ মৰক্কোৰ শেহতীয়া […]

Continue Reading

এয়া মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হয়নে?

শুকুৰবাৰে গভীৰ নিশা মৰক্কোত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৮ । পৰ্যটনৰ বাবে বিখ্যাত মাৰাকেছ চহৰৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে বিশ্বৰ সকলো দেশেই দুখ আৰু শোক প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জি-২০ সন্মিলনৰ সময়ত মৰক্কো দুৰ্ঘটনাত […]

Continue Reading

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link |  Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]

Continue Reading

এই ফটোখনৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই।

ইণ্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ফটো। য’ত বহু মহিলাক উলংগ হৈ থিয় হৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এইসকল মহিলাই।   আৰক্ষীয়ে ইতিমধ্যে নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভাইৰেল ফটোখনৰ সৈতে ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “बेशर्मी से नग्न […]

Continue Reading

অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?    

শেহতীয়াভাৱে চন্দ্ৰযান-৩এ উৎক্ষেপনৰ পৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত এটা ডাঙৰ তামৰঙী চিলিণ্ডাৰৰ দেখা গৈছে, যিটো অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে। এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “এইখন জুলাই মাহত ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ মহাকাশযানৰ এটা খণ্ড।” অসমৰ একাধিক ফেচবুক পেজৰ পৰা এই […]

Continue Reading

এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?

যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প‌ৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল। Facebook Link | Archived […]

Continue Reading

ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট “Northeast View” নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা […]

Continue Reading