ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে অসংখ্য লোক কাঁটা তাঁৰৰ বেৰৰ ওচৰত ৰৈ আছে আৰু বহু লোক কাঁটা তাঁৰৰ বেৰৰ লগতে থকা গেটৰ মাজেৰে পাৰ হৈ গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “বাংলাদেশ সীমান্তত হাহাকাৰ পৰিস্থিতি, কাইঁটীয়া বেৰেৰে পাৰ হৈছে হাজাৰ হাজাৰ লোক” Facebook Link | Archived […]

Continue Reading

ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে, “এই প্ৰদূষণৰ মূল কাৰণ হৈছে ভোট চুৰি”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Deccan Chronicle ৰ অফিচিয়েল এক্স […]

Continue Reading

পুৰণি ফটো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ বুলি ভাইৰেল।

ছিংগাপুৰত এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনত জুবিন গাৰ্গক এখন হস্পিতালৰ বিচনাত শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ফটো। Facebook Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোকেইখন […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ফটো জুবিন গাৰ্গৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।

ছিংগাপুৰত প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰ জেনেৰেল হস্পিতালত কৰা হয়। কিন্তু জনসাধাৰণৰ দাবী আৰু প্ৰাৰম্ভিক ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সঠিকতা আৰু আইনী বৈধতাক লৈ হোৱা উদ্বেগৰ বাবে গুৱাহাটীত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ গতানুগতিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পটভূমিত ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি ছ’চিয়েল […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link কিন্তু এই […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ পুৰণি ভাষণৰ কিয়দংশ প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে। 

১৬জুলাই ২০২৫,বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে সময়চোৱাতে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দল শেষ হৈ গৈছে বুলি নিজৰ ভাষণত প্ৰকাশ কৰিছে।      […]

Continue Reading

বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি লিখা হৈছে- ‘ঢাকাৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীক সহায় কৰিবলৈ পথত নামিছে ছাত্ৰ ছাত্ৰীৰ দল।’ এই খবৰে শিৰোনামা দখল কৰিলে বিশ্বৰ মূল সুঁতিৰ বাতৰি কাগজত। এইদৰে ফটোখন ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ শেহতীয়া দৃশ্য আৰু এইদৰে ঢাকাৰ ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণত ব্যস্ত হৈছে।  […]

Continue Reading

দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কোনো এক স্থানৰ প্ৰতিবাদৰ ভিডিঅ’ মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিৰুদ্ধে ৰাইজে উলিওৱা প্ৰতিবাদ বুলি দাবী কৰি সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। আমালৈয়ো সেই ভিডিঅ’টো আহি পৰিছে।    Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে।  ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন। Archived Link  আমি সেই ফটোখনৰ মূল ভিডিঅ’টো […]

Continue Reading

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এই ভিডিঅ’টোৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্ক নাই।

এজন সাংবাদিকৰ লগত একাংশ‌ লোকে অভব্য আচৰণ কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে বাংলাদেশত বাতৰি পৰিৱেশন কৰা সাংবাদিক এজনক‌ প্ৰতিবাদকাৰীয়ে এইদৰে অভব্য আচৰণ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশৰ তলুৱা চেলেকা সাংবাদিকৰ বৰ্তমানৰ অৱস্থা”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading