টাজিকিস্তানৰ ৰেষ্টুৰেণ্টত জুই লগা দৃশ্যকে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ মিছাইল আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ইৰাণে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয় মিছাইল আক্ৰমণেৰে ধ্বস কৰি দিয়া দৃশ্য।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

অসম আৰু মেঘালয়ৰ মাজৰ হাহিম সীমা বিবাদঃ এক আলোচনা।

হাহিম সীমা বিবাদ কি? হাহিম (Hahim) হ’ল অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ মাজত অৱস্থিত এক বিতৰ্কিত সীমান্ত অঞ্চল। এই অঞ্চলত দুয়ো ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণক লৈ কেইবা দশকজুৰি বিবাদ চলি আহিছে।   কিয় হৈছে বিবাদ? ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়তেই এইধৰণৰ সীমাৰ অস্পষ্টতা আছিল। অসমে ঐতিহাসিক ভূ-প্ৰশাসনিক মানচিত্ৰৰ ভিত্তিত সীমা […]

Continue Reading

২০২৩চনৰে এখন ফটো শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মাটিৰ তলত আশ্ৰয় লোৱা বুলি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা ফটো আৰু ভিডিঅ’ বিয়পি পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। অসমৰ এটা ফেচবুক পেজে যুদ্ধৰ সময়চোৱাত এখন ফটো আপলোড কৰি দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু নাগৰিকে মাটিৰ ৬০ফুট তলত বাংকাৰ সাজি আইডিএফৰ মুখ্য কাৰ্যালয়ত […]

Continue Reading

 এতিয়াৰ পৰা প্ৰাপ্তবয়স্কৰ আধাৰ কেৱল জিলা আয়ুক্তই হে দিব পাৰিবঃ এক আলোচনা।

পাতনি শেহতীয়াভাৱে অসম চৰকাৰে আধাৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাকৈয়ে এই ব্যৱস্থা কৰি তুলিছে। এতিয়া জিলা উপায়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে দায়বদ্ধ হ”ব। এই সিদ্ধান্তৰ লক্ষ্য হৈছে নিৰাপত্তা বৃদ্ধি আৰু ৰাজ্যৰ জনগাঁথনিগত স্থিতিক সুৰক্ষিত কৰা। এই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত […]

Continue Reading

১৫জুলাইৰ পৰা দুচকীয়া বাহনেও টোলটেক্স দিব লাগিব বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ একাধিক সংবাদ প্ৰতিষ্ঠানে বাতৰিৰ জৰিয়তে তথা ফেচবুক ব্যৱহাৰকাৰী পোষ্টৰ জৰিয়তে দাবী কৰিছে যে অহা ১৫জুলাই ২০২৫ৰ পৰা মটৰ চাইকেল তথা স্কুটী আৰোহীয়েও দিব লাগিব টোলটেক্স। তেনেকুৱা এক বাতৰিৰ খণ্ডচিত্ৰ তলত দেখুওৱা হৈছে।   Facebook Link Archived Link আন এক সংবাদ প্ৰতিষ্ঠানেও একেই দাবী কৰি বাতৰি পৰিবেশন কৰিছে। Facebook Link Archived Link Facebook Link Archived […]

Continue Reading

বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে।  দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৫ চনৰ […]

Continue Reading

কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো […]

Continue Reading

War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য  বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাম্প্ৰতিক সময়ত হৈ থকা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- ইজৰাইলৰ F35 ইৰাণে ধ্বংস কৰাৰ দৃশ্য। Facebook Link Archived […]

Continue Reading