এই সকলোবোৰ দৃশ্য মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ নহয়।

যোৱা ৮ চেপ্তেম্বৰত মৰক্কোত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হয়। এনে সময়তে চ’চিয়েল মেডিয়াত মৰক্কোৰ ভূমিকম্পৰ বুলি কিছুমান ফটো আৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে। DA News Plus নামৰ প’ৰ্টেল এটাই মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ফেচবুকত এটা ভিডিঅ’ আপলোড কৰিছিল। Facebook Link | Archived Link এই দৃশ্যসমূহ মৰক্কোৰ শেহতীয়া […]

Continue Reading

এয়া মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হয়নে?

শুকুৰবাৰে গভীৰ নিশা মৰক্কোত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৮ । পৰ্যটনৰ বাবে বিখ্যাত মাৰাকেছ চহৰৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে বিশ্বৰ সকলো দেশেই দুখ আৰু শোক প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জি-২০ সন্মিলনৰ সময়ত মৰক্কো দুৰ্ঘটনাত […]

Continue Reading

ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত কেপশ্বন দিয়া আছিল এইদৰে – “বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂 #জয়মাভাৰতী 🚩🚩”। ভিডিঅ’টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংগালুৰুৰ আৰ এছ এছ […]

Continue Reading

শ্ৰীলংকাত ভাৰত বনাম পাকিস্তান এছিয়া কাপৰ খেলত বিজেপিৰ পতাকা- সত্যটো কি?

২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলটোৱে এছিয়া কাপ ২০২৩ৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া) খেলত পাকিস্তানৰ সৈতে মুখামুখি হয়। পিছত ধাৰাবাহিক বৰষুণৰ বাবে খেলখন বাতিল কৰা হয়। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান কৰাৰ পাছত কোনো খেল সম্ভৱ নহ’ল। ইয়াৰ পিছতে এজন ব্যক্তিয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা, আনহাতে আন এজনে ভাৰতীয় জনতা […]

Continue Reading

ভিডিঅ’টোত সঁচাকৈয়ে ৰবটে নৃত্য প্ৰদৰ্শন কৰিছে নেকি?

দুগৰাকী মহিলাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে আৰু এই দাবী কৰা হৈছে যে তেওঁলোক প্ৰকৃততে চীনৰ চাংহাইত অনুষ্ঠান পৰিৱেশন কৰা ৰবট। ভিডিঅ’টোৰ কেপচনত লিখা আছে “এই নৃত্যটো ভালদৰে চাওক। চাংহাইৰ ডিজনীলেণ্ডত নাচি থকা এই দুগৰাকী মানুহ নৃত্যশিল্পী নহয়, চীনত নিৰ্মিত দুটা ৰবটহে। নৃত্যৰ দৈৰ্ঘ্য মাত্ৰ পাঁচ মিনিট। কিন্তু এই […]

Continue Reading

এই ভিডিঅ’টোত পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ীৰ দৃশ্য দেখুওৱা হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বহুসংখ্যক যাত্ৰীৰে ভাপচালিত এখন ৰেলগাড়ী চলি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে – “পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ী”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। […]

Continue Reading

নাছাই এলিচা কাৰচনক মঙল গ্ৰহলৈ ৱান ৱে যাত্ৰাৰ বাবে নিৰ্বাচিত কৰা নাই।

শেহতীয়াকৈ এটা বিশেষ পোষ্ট ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে এলিচা নামৰ ওঠৰ বছৰীয়া ছোৱালী এগৰাকী মঙল গ্ৰহলৈ যাব আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে। পোষ্টটোত উল্লেখ কৰা হৈছে যে নাছাৰ তৰফৰ পৰা মঙল গ্ৰহলৈ পঠিওৱা এলিচা হ’ব প্ৰথমগৰাকী মানৱ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো দেখা গ’ল। Archived Link  […]

Continue Reading

এই ফটোখন চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিনৰ নহয়।

যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ দেশতে আনন্দ -উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে। চ’চিয়েল মেডিয়াতো ব্যৱহাৰকাৰীসকলে চন্দ্ৰযানৰ লগত জড়িত বিভিন্ন ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে। এনে সময়তে এখন বিশেষ ফটো শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- “চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন”। Facebook Link | Archived Link এই একেটা মেচেজ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও […]

Continue Reading

সঁচাকৈয়ে চন্দ্ৰযানৰ বিজ্ঞানীয়ে ১৭মাহ ধৰি দৰমহা পোৱা নাই নেকি?

২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পিছতে এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰিটোত কোৱা হৈছিল যে ১৭ মাহ ধৰি চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকলে দৰমহা পোৱা নাই। Facebook Link | Archived Link কিন্তু আচলতে চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প’ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল। ২০২৩ চনৰ ১৮ […]

Continue Reading

এই ভিডিঅ’টো চন্দ্ৰযান ৩য়ে পঠিওৱা নাই।

ক্ৰমান্বয়ে চন্দ্ৰৰ ইঞ্চি ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঐতিহাসিক অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত নতুন আপডেট শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-৩য়ে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ প্ৰথমবাৰৰ বাবে কোমল অৱতৰণৰ প্ৰচেষ্টা চলাব। উৎক্ষেপণৰ পিছত মহাকাশৰ পৰা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে চন্দ্ৰযান ৩য়ে বন্দী কৰা বুলি দাবী কৰি।কেপচনত লিখা আছে “Amezing […]

Continue Reading