স্বৰ্ণ মন্দিৰে জাৰি কৰা বুলি ভাইৰেল হোৱা এই জাননীখন ভুৱা।

কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত খালিস্তান বিষয়ক লৈ ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (শ্ৰী হৰমন্দিৰ চাহাব)ৰ পৰা অহা বুলি দাবী কৰা এখন জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল জাননী অনুসৰি বহিঃৰাজ্যৰ সকলো গুৰুদ্বাৰে ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব যিয়ে পৃথক জাতিৰ আহ্বান জনায় আৰু শিখ ধৰ্ম […]

Continue Reading

এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া  ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]

Continue Reading

মন্দাৱস্থাৰ বাবে চুৰাটৰ হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিয়াইছিল নেকি?

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এদল লোকে পথত কিবা এটা সংগ্ৰহ কৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোৰ লগে লগে দাবী কৰা হৈছে যে হীৰা বজাৰৰ বিশাল মন্দাৱস্থাৰ বাবে বিচলিত হৈ পৰা হীৰা ব্যৱসায়ীসকলে পথত হীৰা দলিয়াই দিছিল, সেইবোৰ গুজৰাটৰ চুৰাট চহৰৰ পথত মানুহে সংগ্ৰহ কৰি আছিল। এনে দাবীৰে এটা পোষ্ট আমি ফেচবুকতো […]

Continue Reading

বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য’ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব’ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ […]

Continue Reading

ফটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখা কুমাৰ আৰু মুচিজন একেজনেই ব্যক্তি নেকি?

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন আছিল আৰু সেইদিনা তেওঁ দিল্লীৰ গাতে লাগি থকা দ্বাৰকাত নিৰ্মিত প্ৰদৰ্শনী-সমাৱেশ কেন্দ্ৰটো উদ্বোধন কৰে। শিপিনী আৰু হস্তশিল্প কৰ্মীৰ বাবে বিশ্বকৰ্মা আঁচনিও উদ্বোধন কৰে। একে সময়তে তেওঁ প্ৰদৰ্শনী কেন্দ্ৰত প্ৰদৰ্শনী কৰি থকা শিপিনী আৰু হস্তশিল্প কৰ্মীসকলক লগ পায় আৰু তেওঁলোকৰ কৰ্মৰাজি দেখি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। সেই সময়ৰ দুখন ছবি […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন’বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন’বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও একেটা ভিডিঅ’ […]

Continue Reading

এই দৃশ্য অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ হয়নে?

এটা অট্টালিকাৰ ভিতৰৰ অংশ, পৰম্পৰাগতভাৱে সজাই তোলা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত সোণালী সজ্জা আৰু দেৱালত চিত্ৰ অংকন কৰা এটা বৃহৎ হল দেখুওৱা হৈছে। দাবী কৰা হৈছে যে এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য। একে দাবীৰে এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

এই দৃশ্য লক্ষ্ণৌৰ শেহতীয়া বজ্ৰপাতৰ নহয়।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত হোৱা প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ তথা বজ্ৰপাতত ২০জন লোকৰ মৃত্যু হোৱা বুলি বাতৰিত প্ৰকাশ। চ’চিয়েল মেডিয়াত লক্ষ্ণৌৰ এই ঘটনা সম্পৰ্কে বহুতো পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এনে সময়তে লক্ষ্ণৌৰ বজ্ৰপাতৰ দৃশ্য বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। এই ভিডিঅ’টোৰ তথ্য পৰীক্ষা কৰিবলৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও অনুৰোধ আহিছিল। Archived Link […]

Continue Reading

এটা অট্টালিকাৰ পিছফালে দেখা পোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণিৰ ভিডিঅ’টো লিবিয়াৰ হয়নে?

শেহতীয়াকৈ লিবিয়াত হোৱা ডেনিয়েল নামৰ প্ৰচণ্ড সামুদ্ৰিক ধুমুহা আৰু বানপানীৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হৈছে। এনে সময়তে লিবিয়াৰ ধুমুহা, বানপানীৰ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত।  এনেধৰণৰ ভিডিঅ’ ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে – “আৰবে […]

Continue Reading