এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য। Twitter Link | Archived Link […]

Continue Reading

দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে। Facebook Link […]

Continue Reading

স্মৃতি ইৰাণীৰ এই ভাইৰেল ফটোখন সম্পাদিত।

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো চ’ছিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। ফটোখনত মন্ত্ৰীগৰাকীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

এই ভিডিঅ’টো মহাৰাষ্ট্ৰত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বহুতো ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মহাৰাষ্ট্ৰত হোৱা সমাবেশ বুলি এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা আমি দেখিলোঁ।  ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “BJNY IN MAHARASHTRA❤️” BJNY অৰ্থাৎ ভাৰত জোড়ো ন্যায় যাত্ৰা। পোষ্টটোৰ কমেণ্টসমূহতো এইদৰে লিখা আছিল। Facebook Link | Archived […]

Continue Reading

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ এই ভিডিঅ’টো অসম্পূৰ্ণ।

নিৰ্বাচনী বণ্ডৰ গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাখিল কৰি থকা সময়ত স্থগিত নকৰাকৈয়ে মুখ্য ন্যায়াধীশ আৰু আন ন্যায়াধীশসকল আঁতৰি গ’ল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী প্ৰতীক থকা গেৰুৱা টুপী আৰু স্কাৰ্ফ পৰিহিত কিছুসংখ্যক ব্যক্তিয়ে সুৰা বিতৰণ কৰি আছে। দাবী কৰা হৈছে যে বিজেপি দলৰ নৱনিযুক্ত সদস্যসকলৰ মাজত এইদৰে সুৰা বিতৰণ কৰা হৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজেপিৰ কাৰ্য্যকৰ্তা দলৰ […]

Continue Reading

এই ভিডিঅ’টো নাচিকত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

১৪ মাৰ্চত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হৈছিল। সেই ৰেলীত মহা বিকাশ আঘাদীৰ নেতাসকলো আছিল। এই ৰেলীৰ উদ্দেশ্য আছিল সাধাৰণ নাগৰিকে সম্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা। ই‌য়াৰ পাছতে চ’ছিয়েল মিডিয়াত এক বিশাল জনসমাগমৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেয়া মহাৰাষ্ট্ৰৰ নাচিকত হোৱা ভাৰত জোড়ো ন্যায় […]

Continue Reading

মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়। ইয়াৰ পিছতে চ’চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে। […]

Continue Reading

আলাস্কা পক্স কি? ভাৰতত এই ৰোগৰ বাবে ভয় কৰিবলগীয়া আছেনে?

বতৰ পৰিবৰ্তনৰ এই সময়ছোৱাত সাধাৰণতে বসন্ত, চৰ্দি-কাহজাতীয় বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। শেহতীয়াকৈ এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আলাস্কা পক্স নামৰ এবিধ ৰোগৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু কোৱা হৈছিল যে এই ৰোগ অতি ভয়ংকৰ আৰু যোৱা মাহত এজন লোকৰ মৃত্যু হৈছে। সেয়ে চিকিৎসা বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে। Facebook Link | Archived Link আমি […]

Continue Reading

এই ভিডিঅ’টো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ নহয়।

শেহতীয়াকৈ কোটিপতি উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুজৰাটৰ জামনগৰলৈ সকলো শ্ৰেণীৰ চেলিব্ৰিটিয়ে ভিৰ কৰে। অনুষ্ঠানটোৰ পিছতে এই বৃহৎ অনুষ্ঠানটোৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। শীৰ্ষ চেফসকলে এই অনুষ্ঠানৰ বাবে ২৫০০ৰো অধিক খাদ্যবস্তুৰ এক বিস্তৃত মেনু তৈয়াৰ কৰিছিল। ইয়াৰ মাজতে […]

Continue Reading