চীনদেশত সঁচাকৈয়ে পোক পৰুৱাৰ বৰষুণ হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে পথত ৰখাই থোৱা গাড়ীবোৰৰ ওপৰত পোক সদৃশ কিছুমান বস্তু পৰি আছে। দাবী কৰা হৈছে যে এয়া চীনৰ দৃশ্য আৰু তাত পোক পৰুৱাৰ বৰষুণ হৈছে। তেনে এটা পোষ্ট আমি ফেচবুকত পালোঁ য’ত লিখা আছিল এইদৰে – “চীনত পোক পৰুৱাৰ বৰষুণ! অসংখ্য পোক-পৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে […]

Continue Reading

সঁচাকৈয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে নেকি?

শেহতীয়াকৈ অসমত ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে সেই দুখন কাকতৰ পৰীক্ষাৰ দিন শিক্ষা বিভাগৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পুনৰ নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি আন এখন কাকত ফাদিল হোৱা বুলি দুদিন পূৰ্বে ভূৱা খবৰো ভাইৰেল ৰৈ পৰিছিল। এই সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো কাকত ফাদিল হোৱা, সকলো পৰীক্ষা বাতিল কৰি শিক্ষাৰ্থীসকক […]

Continue Reading