এই ফটোখন নেপালৰ পোখৰাত অলপতে দুৰ্ঘটনাত পতিত বিমানখনৰ নহয়
যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনে এটা পোষ্ট হোৱাটচএপযোগেও শ্বেয়াৰ হোৱা দেখা গৈছে। পোষ্টটোত দেখা গৈছে এখন দুৰ্ঘটনাত […]
Continue Reading