এইটো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰৰ ভিডিঅ’ নহয়!

বাঁহেৰে সজোৱা এক আকৰ্ষণীয় অট্টালিকাৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে আৰু এইয়া অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ বুলি দাবী কৰা হৈছে । এই বিমানবন্দৰৰ ডিজাইনত পৰম্পৰাগত বাঁহ ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰা হৈছে । ফেক্ট ক্ৰেছেণ্ডৰ পাঠকে ‘এই ভিডিঅ’টো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ’ বুলি দাবী কৰি আপলোড কৰা এক […]

Continue Reading

WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ’ৰৱাৰ্ড কৰা হৈছিল। সেই স্ক্ৰীনশ্বটটো আছিল “দ্য ইকনমিক টাইমছ”ৰ।  দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বটৰ সৈতে ভাইৰেল বাৰ্তাটোত তলত দিয়া ধৰণে লিখা আছে- “শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এক পৰামৰ্শ জাৰি কৰি কয় যে যদিহে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ মিশ্ৰণ তৎক্ষণাত পৰীক্ষা কৰা নহয় তেন্তে ২০২৫ চনৰ ভিতৰত ৮৭% […]

Continue Reading