FACT CHECK: ভাইৰেল হোৱা ফটোখনত থকা ছোৱালীজনী অলিম্পিক পদক প্ৰাপক লাভলীনা বৰগোহাঁই নহয়!

অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ট’কিঅ’ অলিম্পিকত পদক লাভ কৰি পদকপ্ৰাপক প্ৰথমগৰাকী খেলূৱৈ হিচাপে ৰাজ্যখনৰ লগতে দেশলৈও গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অত্যুৎসাহী হৈ কিছুমান লোকে ছোচিয়েল মিডিয়াত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।  তেনেকুৱা এখন সন্দেহজনক ভাইৰেল ফটো হৈছে এগৰাকী যুৱতীয়ে অসমৰ পথাৰত কাম কৰি থকা এখন ফটো। এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল অসমৰ এখন আগশাৰীৰ […]

Continue Reading

FACT CHECK: কাৰাগাৰত বন্দী হৈ থকা অং সান সু চিৰ ভাইৰেল ফটোখন আচলতে সম্পাদিত!

ছোচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ম্যানমাৰৰ নবেল বিজয়ী ৰাজনীতিবিদ আং সান সু চিক এটা সৰু কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পোষ্টটোত সংলগ্ন ফটোত দেখা গৈছে যে আং সান সু চিয়ে কয়দীৰ পোচাক পিন্ধি এটা সৰু কাৰাগাৰত বহি আছে। Original Link- Facebook | Archived Link পোষ্টটোৰ কেপচনত লিখা হৈছে,  “এইজনী এসময়ত […]

Continue Reading