FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে […]

Continue Reading

FACT CHECK: আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

যিমানে দেশত কৰ’ণা ভাইৰাছৰ আতংক বাঢ়ি গৈছে, সিমানেই ছোচিয়েল মিডিয়াৰ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় বহু ভূৱা খবৰ ,ভূৱা পোষ্ট ভাইৰেল হৈ পৰিছে।  অসমৰ ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত দেখা গৈছে এজন আৰক্ষীৰ লোকে খোজ কাঢ়িব নোৱাৰি মাটিত ঢলি পৰিছে। তেওঁ অতিমাত্ৰা কাঁহ মৰা আৰু হাঁচিওৱা দেখা গৈছে।তেওঁ সহকৰ্মী আৰক্ষীৰ লোকে তেওঁক  উদ্ধাৰ কৰিবলৈ আহিছে […]

Continue Reading