Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading

FACT CHECK: চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!

বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে […]

Continue Reading