ঘৰুৱা ক’ভিড মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰী আৰু ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে এই বার্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখ ৪০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৮০.৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩ লাখ ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে […]

Continue Reading

এইখন হেকাৰ ‘হামজা বেনডেল্লাজ’ৰ ফটো নহয় আৰু তেওঁক ফাঁচী দিয়া নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত এজন যুৱকক ফাঁচী কাঠত থিয় হৈ, ফাঁচীৰ আগমুহূৰ্তত হাঁহি থকা দেখা গৈছে । ফটোখনে সমগ্র বিশ্বতে খলনকণি তুলিবলৈ সক্ষম হৈছে । ফেচবুকত উক্ত ফটোখন ব্যাপক ভাৱে শ্বেয়াৰ হৈছে । বিভিন্নজনে দাবী কৰিছে যে এই ফটোখন হামজা বেনডেল্লাজ নামৰ এজন […]

Continue Reading