এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য। Twitter Link | Archived Link […]

Continue Reading