৫বছৰ পুৰণি ফটো মডেল পুনম পাণ্ডেৰ মৃতদেহ বুলি ব্যৱহাৰ কৰা হৈছে।
দেশৰ চৰ্চিত আৰু বহু সময়ত বিতৰ্কিত মডেল-অভিনেত্ৰী পুনম পাণ্ডেৰ ৩২ বছৰ বয়সত চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই চৌপাশে এক আশ্বৰ্যৰ বাতাবৰণ সৃষ্টি হয়। অনুৰাগীসকলে সেই কথা মানি ল’বলৈ টান পায় আৰু শোক প্ৰকাশ কৰে। সেই প্ৰেক্ষাপটতে মৃত্যুশয্যাত পুনম পাণ্ডে বুলি দাবী কৰি এখন ফটো ভাইৰেল হৈ পৰিছে। এগৰাকী […]
Continue Reading