এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?
মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]
Continue Reading