পঞ্জাৱৰ এখন মেলাৰ ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে বহুসংখ্যক লোকে হাতত প্লাষ্টিকৰ গিলাছ লৈ সুৰা বিতৰণৰ বাবে অপেক্ষা কৰি আছে। দাবী কৰা হৈছে যে চলিত কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকসকলে এইদৰে সুৰাৰ বাবে অপেক্ষা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰিবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। কৃষকৰ প্ৰতিবাদস্থলীৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এই ভিডিঅ’বোৰৰ এটাত বিভিন্ন বয়সৰ পুৰুষে গাড়ীৰ খোলা খিৰিকীৰে ডিচপ’জেবল গ্লাছ আৰু বাচন-বৰ্তন লৈ হাত মেলি থকা দেখা গৈছে আৰু এজন মানুহে সুৰা বাকি দিয়া দেখা […]

Continue Reading