ছুইডেনত যৌনতাক খেল হিচাপে স্বীকৃতি দি SEX CHAMPIONSHIP আয়োজন কৰা কথাটো কিমান সঁচা? প্ৰকৃত সত্য কি?

বিশ্বৰ কিছুমান ঠাইত বিশেষকৈ এছিয়াৰ কিছুমান দেশত এতিয়াও যৌনতা নিষিদ্ধ। এনে পৰিস্থিতিত যেতিয়া ভাৰত,,শ্ৰীলংকা আদিৰ কিছুমান আগশাৰীৰ সংবাদ প্ৰতিস্থানে “ছুইডেনে যৌনতাক আনুষ্ঠানিকভাৱে খেল হিচাপে স্বীকৃতি দি প্ৰথমটো ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে” বুলি বাতৰি প্ৰকাশ কৰিছিল, তেতিয়া স্বাভাৱিকতে বহুতে এই খবৰটোক লৈ কৌতুহলী হৈছিল, যিটো বনজুইৰ দৰে বিয়পি পৰিছিল। তাৰ প্ৰভাৱ অসমতো পৰা […]

Continue Reading