কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধি হোৱা বুলি তিনি বছৰ পুৰণি ভিডিঅ’ ভাইৰেল।
শেহতীয়াভাৱে অসমৰ হোৱাটছএপক এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ পূৰ্বৰ কেবিনেট মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে এটা ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ মোদী কেবিনেটৰ সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ৫০লাখ কৰ্মচাৰী তথা ৫৬ লাখ পেঞ্চনাৰৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ […]
Continue Reading