FACT CHECK: এই ফটোখনত প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি মেক আপ আৰ্টিষ্ট ব্যৱহাৰ কৰি থকা নাই!

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি এখন বিশেষ ফটো বা স্ক্ৰিনশ্বট আপলোড কৰি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে যি ক্ৰমাত ভাইৰেল হৈ পৰিছে। পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য’ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু তাত লিখা হৈছে যে মোডীয়ে […]

Continue Reading