মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।
মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ […]
Continue Reading