ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়
যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত […]
Continue Reading