দিপাংকৰ,বিশালৰ হাজাৰ কোটিৰ প্ৰৱঞ্চনা; কিয় জালত পৰে উচ্চ শিক্ষিত লোক আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি? জানো আহক। 

প্ৰস্তাৱনা শেহতীয়াভাবে অসমত একাধিক এনেকুৱা ঘটনা পোহৰলৈ আহিছে যে ট্ৰেডিঙৰ নাম লৈ কেইজনমান যুৱকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছে। তাকে লৈ সমাজিক মাধ্যমো উত্তাল হৈ আছে আৰু আৰক্ষী বিভাগো ব্যস্ত হৈ আছে। ৰাইজৰ মাজত ট্ৰেডিঙক লৈ এক ভুল ধাৰণাও বিয়পি কৰা দেখা যে ট্ৰেডিং মানেই ধনৰ প্ৰৱঞ্চনা আৰু অপৰাধ। বিশেষকৈ দিপাংকৰ বৰ্মন নামৰ যুৱকজনে […]

Continue Reading

এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’ কি? কিদৰে সৃষ্টি কৰা হয় এই ফটো আৰু ভিডিঅ’? কিদৰে ধৰা পেলাব পাৰি এআই সৃষ্ট ফটো আৰু ভিডিঅ? অসমত ইয়াৰ শেহতীয়া প্ৰভাৱ

কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান ঘটাৰ পাছৰে পৰা অসমত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। তেনেকুৱা একাধিক ভাইৰেল ফটোৰ সত্যতা আমি নিৰূপণ কৰি বিভিন্ন লেখা প্ৰকাশ কৰি আহিছোঁ। অতি শেহতীয়াকৈ পেৰিছ অলিম্পিকত পদকবিজয়ী বক্সাৰ ইমান খেলিফৰ মুখেৰে সৈতে এখন ফটো ভাইৰেল হৈছে। ইমান খেলিফে প্ৰতিপক্ষৰ বক্সাৰ ইটালীৰ এঞ্জেলা ছাৰিনীক পৰাভূত কৰাৰ সময়তে […]

Continue Reading

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত ভুল,ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জোৱাৰ। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে বাংলাদেশত হৈ যোৱা ৰাজনৈতিক অস্থিৰতা আৰু পট পৰিৱৰ্তনে অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যমক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। বিশেষকৈ বাংলাদেশ সম্পৰ্কত ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ভুৱা বা বিভ্ৰান্তিকৰ হিচাপে পৰিপন্ন হৈছিল। বিভিন্ন মিছা খবৰ বিয়পি কৰিছিল। আনকি সাম্প্ৰদায়িক দিশ সাঙুৰি মিছা আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছিল। তাৰে বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰৰ […]

Continue Reading

আপুনি চাহৰ জুতি ল’বলৈ ব্যৱহাৰ কৰা টী-বেগত আছে নেকি ক্ষতিকাৰক মাইক্ৰ’প্লাষ্টিক? জানক।

শেহতীয়াভাবে টী-বেগ ব্যৱহাৰ কৰি চাহৰ সোৱাদ লোৱা বহু লোকৰ মাজত এই টী-বেগ সম্পৰ্কত বিভিন্ন আলোচনা হোৱা দেখা গৈছে। চাহ খাই ভালপোৱা বহুতো লোকে চাহৰ এই বেগ বাছি লয় ইয়াৰ সুবিধাৰ বাবে। সাধাৰণতে চাহপাত ব্যৱহাৰ কৰি চাহ খোৱাৰ বেলিকা সেই চাহ থ’বৰ বাবে বিশেষ পাত্ৰৰ প্ৰয়োজন হয় আৰু চাহকাপ প্ৰস্তুত কৰোতেও কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ […]

Continue Reading