এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

অলপতে আমাৰ হোৱাটছ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। অসংখ্য লোকৰ ভিৰ দেখা যোৱা এই ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰি সেয়া কৃষক আন্দোলনৰ দৃশ্য হয় নেকি বুলি প্ৰশ্ন কৰা হৈছিল। Archived Link একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”অন্নদাতা আজি ৰাজপথত”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

২০১৬ চনতে পেলেট গানত আহত কাশ্মীৰৰ লোকৰ ফটো বৰ্তমানৰ কৃষক আন্দোলনকাৰীৰ বুলি প্ৰচাৰ কৰা হৈছে মিছাকৈ। 

দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। কৃষকৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে হাৰিয়ানা আৰু পঞ্জাৱৰ শম্ভু আৰু খানাউৰী সীমান্তত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগো বিভিন্ন মাধ্যমত উত্থাপন হৈছে। আনহাতে হাৰিয়ানাৰ ডিজিপি শত্ৰুজীত কাপুৰে এই অভিযোগ খণ্ডন কৰিছে যদিও আহত প্ৰতিবাদকাৰীসকলৰ চিকিৎসা পৰীক্ষাত পেলেট ব্যৱহাৰৰ প্ৰমাণো পোৱা গৈছে। ইয়াৰ মাজতে এজন […]

Continue Reading

২০২৩ চনৰ কানাডাৰ ভিডিঅ’ বৰ্তমানৰ কৃষক প্ৰতিবাদ বুলি ভাইৰেল।  

দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। তেনেকুৱা সময়তেই আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ লিংক প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিব বিচাৰিছিল। আমি লিংকটো খুলি চালোঁ ভিডিঅ’টোত দেখা গৈছে যে প্ৰতিবাদী ৰূপত কেইজনমান শিখ ব্যক্তিয়ে ভাৰতীয় পতাকাত জুই জ্বলাই দিছে। বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লোগান দিছে। […]

Continue Reading

পঞ্জাৱৰ এখন মেলাৰ ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে বহুসংখ্যক লোকে হাতত প্লাষ্টিকৰ গিলাছ লৈ সুৰা বিতৰণৰ বাবে অপেক্ষা কৰি আছে। দাবী কৰা হৈছে যে চলিত কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকসকলে এইদৰে সুৰাৰ বাবে অপেক্ষা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰিবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। কৃষকৰ প্ৰতিবাদস্থলীৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এই ভিডিঅ’বোৰৰ এটাত বিভিন্ন বয়সৰ পুৰুষে গাড়ীৰ খোলা খিৰিকীৰে ডিচপ’জেবল গ্লাছ আৰু বাচন-বৰ্তন লৈ হাত মেলি থকা দেখা গৈছে আৰু এজন মানুহে সুৰা বাকি দিয়া দেখা […]

Continue Reading

২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা নাই দেশৰ নিৰ্বাচন আয়োগে। মিছা তালিকা ভাইৰেল।  

আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে এই সাধাৰণ নিৰ্বাচনত নিজৰ দলটোক জয়ী কৰোৱাৰ বাবে নিজৰ নিজৰ পন্থাৰে কাম তথা প্ৰচাৰৰ ক্ষেত্ৰতো আগবঢ়া পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্য অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো সমাগত লোকসভা নিৰ্বাচন ২০২৪ক লৈ মানসিক প্ৰস্তুতি তথা জল্পনা-কল্পনা আৰম্ভ হৈছে।  এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন বিশেষ জাননী বিয়পি […]

Continue Reading

এই কৃষক আন্দোলন পাকিস্তানী গজৱা-এ-হিন্দৰ অন্তৰ্গত আক্ৰমণ নহয়। এই দাবী বিভ্ৰান্তিকৰ।     

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু ভিডিঅ’ বিভিন্ন মিছা, বিভ্ৰান্তিকৰ,সংগতিহীন দাবীৰে ভাইৰেল হৈ আছে। তেনেকুৱা এটা ভিডিঅ’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰি দাবী কৰিছে যে শেহতীয়া এই কৃষক আন্দোলনৰ আঁৰত আছে পাকিস্তানী বিচ্ছিন্নতাবাদী আৰু ই আন্তৰ্জাতিক […]

Continue Reading

কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ’টো সন্দেশখালিৰ নহয়।

উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট […]

Continue Reading

২০২২ চনৰ পাটিয়ালাৰ সংঘৰ্ষৰ দৃশ্য বৰ্তমানৰ কৃষক আন্দোলনৰ আক্ৰমণৰ বুলি ভাইৰেল।      

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে।  দেশত চৰ্চাৰ বিষয় হৈ থকা এই কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে।    অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ […]

Continue Reading

অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। Facebook Link | Archived Link তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ […]

Continue Reading