বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   […]

Continue Reading

ৰাহুল গান্ধীয়ে ইংলণ্ডত নহয়, মধ্যপ্ৰদেশত হে কৈছে এই কথা। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, যিটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হাতত মাইক এটা লৈ বহু লোকৰ মাজত এখন গাড়ীৰ ওপৰত ভাষণ দি থকা দেখা গৈছে। তেওঁ আমাৰ দেশৰ নিবনুৱা সমস্যা আৰু সংখ্যাৰ কথা কৈ থকা শুনা গৈছে। পাকিস্তান, ভূটান আদি দেশৰ সৈতে তুলনা কৰি ভাৰতৰ নিবনুৱাৰ সংখ্যা অধিক বুলি উল্লেখ কৰা শুনা […]

Continue Reading

ৰাহুল গান্ধীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনত ৰাহুল গান্ধীয়ে বিজেপিৰ গেৰুৱা টুপী পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিবলৈ বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ […]

Continue Reading

২০২২ চনত মুম্বাই বিমান বন্দৰত তোলা বিৰাট-অনুষ্কাৰ ফটোকে জামনগৰ বিমান বন্দৰৰ শেহতীয়া ফটো বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে দেশৰ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৰাজকীয় বিবাহক লৈ সমগ্ৰ দেশতেই চৰ্চা অব্যাহত আছে। যেন সমগ্ৰ বিশ্বৰে সকলো স্তৰৰ তাৰকাৰ মহামিলন ঘটিছে সেই বিয়াখনত। সেই বিয়াত কোন কোন উপস্থিত আছিল,সেই কথা দোহৰা নিস্প্ৰয়োজন। তাৰ মাজতে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ সহধৰ্মিনী মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এখন ফটো ভাইৰেল হৈছে এই […]

Continue Reading

এই ভিডিঅ’টো ভুৱা দাবীৰে ভাইৰেল হৈছে।

কৃষক আন্দোলন সন্দৰ্ভত ভুৱা ভিডিঅ’ আৰু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ নিহাঙ শিখে এজন বৃদ্ধ শিখক প্ৰহাৰ কৰা দেখা গৈছে। সেই সময়ত বৃদ্ধ শিখ লোকজনৰ পাগুৰি পথত পৰি যায়। শেহতীয়া কৃষক আন্দোলনৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে ভাইৰেল ভিডিঅ’টো। কৃষক আন্দোলনৰ সময়ত অভিনেতা দীপ সিদ্ধুৰ বিৰোধ […]

Continue Reading

টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা গাড়ীৰ অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। টাটা মটৰ্ছে নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

২০১৭ চনৰে সম্পাদিত এক ফটো, বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰি দেখা গৈছে। শাসকীয় পক্ষয়ে হওক অথবা বিৰোধী পক্ষয়ে হওক, সকলোৱেই নিজৰ শক্তি প্ৰদৰ্শনৰ কুছকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিও ক্ৰমাত উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ কৰা দেখা গৈছে। দুখন ফটো লগ লগাই ফটোখন প্ৰস্তুত কৰা […]

Continue Reading

এই মহিলাগৰাকী সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ নহয়।

শেহতীয়াকৈ ৰজাঘৰীয়া সাজ-পোছাক পৰিহিত এগৰাকী ভদ্ৰমহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে তেওঁ শ্বাহজাহানৰ পত্নী মমতাজ মহল যাৰ বাবে সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি […]

Continue Reading

ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা।  শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাৰতীয় ডাক সেৱাই নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    […]

Continue Reading

আমেৰিকাৰ পুৰণি ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ’টো বৰ্তমানৰ কৃষক […]

Continue Reading