ভিডিঅ’টো পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালে তেওঁৰ পত্নীৰ সৈতে কৰা ভিডিঅ’।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভিডিঅ’টো ভালদৰে চাই গম পালোঁ যে বিনয় নৰৱাল […]

Continue Reading

পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।

কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত […]

Continue Reading