এই ভিডিঅ’টোত বাহৰেইনত থকা ইজৰাইলৰ দূতাবাস জ্বলোৱা হোৱা নাই।
ইজৰাইলৰ ব্ৰডকাষ্টিং অথৰিটিৰ ৱেবছাইট অনুসৰি গাজাত ইজৰাইলৰ অদম্য বোমাবৰ্ষণৰ মাজতে দেশখনে বাহৰেইন, জৰ্ডান, মৰক্কোকে ধৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ দূতাবাস খালী কৰিছে। এই পটভূমিত বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰা বুলি দাবী কৰা এটা পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ৰ কেপচনত লিখা আছে, “বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰিছিল”। Archived Link […]
Continue Reading