কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া অভব্য ধৰণে দিছিল নেকি সঁচাকৈয়ে? 

যোৱা ১ ফেব্ৰুৱাৰী ২০২৪ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সংসদত  দাখিল কৰে। লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে এইখন আছিল অন্তৱৰ্তীকালীন বাজেট। এয়া আছিল নিৰ্মলা সীতাৰমনৰ ষষ্ঠ কেন্দ্ৰীয় বাজেট। নিৰ্বাচনৰ পিছত ক্ষমতালৈ অহা নতুন চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এনে পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত এগৰাকী সাংবাদিকৰ সৈতে কথা পতাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত […]

Continue Reading

Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই

শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে […]

Continue Reading