২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ ফেচবুকত এটা সংবাদ মাধ্যমে ৯ মে’ ২০২৪ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ সমীপৰ পাহাৰৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা নাহৰফুটুকীয়ে ৰাষ্টা পাৰ হৈছে। এখন গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গুৱাহাটীৰ GMCHৰ পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ। ইয়াৰ […]
Continue Reading