ভাইৰেল ফটোখন টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষৰ নহয়।

টাইটানিক জাহাজৰ শতিকা পুৰণি ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰা পাঁচজন লোকক কঢ়িয়াই নিয়া ছাবমেৰিন ‘টাইটান’ ‘কেটাষ্ট্ৰফিক ইমপ্লোজন’ (বিপৰ্যয়জনক বিস্ফোৰণ)ৰ ফলত ভাঙি টুকুৰা টুকুৰ হোৱাত ছাবমেৰিনখনত থকা কেওজন যাত্ৰীৰ মৃত্যু হৈছিল।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেন গেট এক্সপেডিচনে পৰিচালনা কৰা টাইটান জাহাজখন দেওবাৰে পুৱা (১৮ জুন) পৃষ্ঠ সমৰ্থন জাহাজৰ সৈতে যোগাযোগ […]

Continue Reading

ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading