২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক। Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট […]
Continue Reading