ৰাছিয়ান যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা পুৰণি ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ এটা ফেচবুক পেজত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনত  কেইবাটাও ভিডিঅ’ সংলগ্ন কৰি দাবী কৰা হৈছে যে ভিডিঅ’কেইটাত কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’ প্ৰতিবেদনৰ কেপশ্বনত লিখা আছিল এইদৰে, “কম্বোডিয়াৰ ওপৰত থাইলেণ্ডৰ এয়াৰষ্ট্ৰাইক ▶পুনৰ যুদ্ধৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ফটো থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৪ জুলাইত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading