মক্কাত সঁচাকৈয়ে তুষাৰপাত হৈছেনে?

শেহতীয়াকৈ মক্কাত তুষাৰপাত হোৱা বুলি দাবী কৰা এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। তুষাৰপাতৰ সময়ত মক্কাৰ কাবা শ্বৰীফত হোৱা জনসমাগম ভিডিঅ’টোত দেখুওৱা হৈছে। Facebook Link | Archived Link এই একেটা ভিডিঅ’ আন আন চ’চিয়েল মেডিয়া প্লেটফৰ্মতো ভাইৰেল হোৱা দেখা গৈছে। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading