১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।    

শেহতীয়াভাবে অসমৰ ছোচিয়েল মিডিয়াত বিভিন্ন ব্যৱহাৰকাৰীয়ে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে বুলি পোষ্ট দিয়া দেখা গৈছে। আনকি কোনো কোনো সংবাদ প্ৰতিস্থানেও এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে অহা ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন।  সংবাদ প্ৰতিস্থানৰ সেই পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link ।Archived Link। Archived Link  আনফালে […]

Continue Reading

আমেৰিকাৰ পুৰণি ভিডিঅ’ অযোধ্যাৰ ড্ৰেণ আলোক প্ৰদৰ্শনী বুলি ভাইৰেল কৰা হৈছে।   

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ভিডিঅ’টো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এইটো অযোধ্যাৰ দৃশ্য হয়নে নহয়, সেই সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  ভিডিঅ’টোত দেখা গৈছিল আকাশত ড্ৰোণৰ বিভিন্ন আলোক কাৰুকাৰ্য। Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading