ভেলেণ্টাইন ডে’ উপলক্ষে কেডবেৰী চকলেট কোম্পানীয়ে দিয়া অফাৰৰ সত্যতা কিমান? জানো আহক।

সাধাৰণ মানুহৰ এটা চিৰাচৰিত প্ৰকৃতি হৈছে বিনামূল্যে লাভ কৰা সামগ্ৰী বা সেৱাৰ প্ৰতি আগ্ৰহ। যিকোনো লোকেই কোনো দোকান-পোহাৰ, কোনো কোম্পানী আনকি চৰকাৰেও যদি কিবা সামগ্ৰী বা সেয়া কোনো মূল্য ব্যয় নকৰাকৈ লাভ কৰাৰ কোনো খবৰ বিয়পি কৰে, তেনেহ’লে সাধাৰণ লোকে আগ নুগুনি, নুগুনি পাছ, সেই বিষয়টোত জপিয়াই পৰে।  অতি শেহতীয়াকৈ আপোনালোকে হয়তো মন কৰিছে যে […]

Continue Reading

অমিতাভ বচ্চন, অক্ষয় কুমাৰ,অৰ্ণৱ গোস্বামী আদিয়ে সঁচাকৈয়ে অনলাইন জুৱাৰ বাবে আহ্বান কৰিছেনে?

অতি শেহতীয়াকৈ আপোনালোকে হয়তো ফেচবুকত ইটো সিটো কথা চাই থাকোতে বহু সময়ত দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ অথবা কিংবদন্তি অভিনেতা অমিতাভ বচ্ছনৰ লগতে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰলৈকে এইসকল লোকে কিছুমান অনলাইন খেলৰ জৰিয়তে লক্ষ লক্ষ ধন লাভ কৰাৰ কথা কৈ বিজ্ঞাপন কৰা দেখিছে। তেওঁলোকে সেই নিৰ্দিষ্টি এপটোৰ জৰিয়তে কিদৰে ধন ঘটিব পাৰি সেই […]

Continue Reading