FACT CHECK: থাইলেণ্ডৰ বানাক্ৰান্তৰ বাবে সাজু কৰা সুৰাৰ বটল বিহাৰৰ নিৰ্বাচনী টোপ বুলি প্ৰচাৰ!
বিহাৰৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে, ছ’চিয়েল মিডিয়াতো ব্যস্ততাপূৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড আৰু প্ৰচাৰ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বহু সুৰাৰ বটলৰ ফটোৰে সৈতে এটা টুইটৰ এখন স্ক্ৰিনশ্বট ফেচবুক আৰু টুইটাৰত এই দাবীৰে ভাইৰেল হৈ পৰিছে যে বিজেপি আৰু জেডি(ইউ)এ ভোটাৰক আকৰ্শন কৰিবলৈ এইদৰে সাজু হৈছে। বিহাৰত ২০১৬চনতেই সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ফটোখনৰ […]
Continue Reading