পুৰণি অপ্ৰাসংগিক ভিডিঅ’ পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ হোৱা ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য বুলি ভাইৰেল।
পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ ভয়াৱহ বিস্ফোৰণ হোৱা বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে আৰু হিন্দী ভইচঅ’ভাৰ এটাত মহিলা কণ্ঠই কৈছে যে এই সময়ৰ ডাঙৰ খবৰ আহিছে কৰাচী পাকিস্তানৰ পৰা। ভয়াৱহ বিস্ফোৰণত সমগ্ৰ কৰাচী কঁপি উঠিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]
Continue Reading
