এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে?
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল। এই দিনটোক ভাৰতত “ক’লা দিন” হিচাপে চিহ্নিত কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই দুৰ্ভাগ্যজনক দিনটোৰ চাৰি বছৰ পূৰ্ণ হ’ল। চ’চিয়েল মেডিয়াত পুলৱামা আক্ৰমণ, ক’লা দিন, ব্লেক দে’ আদি শিৰোনাম তথা হেশ্বটেগেৰে বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গ’ল। […]
Continue Reading