নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ওদালগুৰি জিলাত যোৱা ৭ জুলাইত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো […]

Continue Reading

সামুদ্ৰিক গৰুৰ দৰে প্ৰাণী উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এক সমুদ্ৰতীৰত এটা অদ্ভুত জীৱ, যাৰ মুৰটো এটা গৰুৰ আৰু দেহৰ বাকী অংশ এক জলচৰ প্ৰানীৰ। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ব্যৱহাৰকাৰীয়ে ঈশ্বৰৰ নামত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ আহ্বান কৰিছে। সাগৰত এই জীৱবিধ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে ভিডিঅ’টোত। Facebook Link । […]

Continue Reading

হালধীয়া ৰঙৰ কাছটো নেপালৰ মিথিলাত উদ্ধাৰ হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল এক হালধীয়া ৰঙৰ কাছৰ। দাবী কৰা হৈছে যে এই কাছটো উদ্ধাৰ হৈছে নেপালৰ মিথিলাত। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।  আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে […]

Continue Reading