এই ভিডিঅ’টো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত হোৱা ড্ৰ’ণ শ্ব’ৰ হয়নে?
অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কৰা ড্ৰ’ন অনুশীলনৰ ভিডিঅ’ বুলি দাবী কৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ড্ৰ’ন শ্ব’। ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত ড্রোন শ্ব’ৰ […]
Continue Reading